Assam Career : The National Forensic Sciences University (NFSU) has announced a major recruitment drive for over 60 vacant positions across various specialized departments for its Assam and other campuses. This is an excellent opportunity for professionals seeking a career in forensic sciences and administration.
নেচনেল ফৰেনচিক চায়েঞ্চ ইউনিভাৰ্চিটী (NFSU) এ অসম আৰু অন্যান্য স্থানৰ বাবে ৬০ টাতকৈও অধিক খালী পদৰ বাবে আবেদন আহ্বান কৰিছে। ফৰেনচিক বিজ্ঞান আৰু প্ৰশাসনৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচৰা প্ৰাৰ্থীসকলৰ বাবে এইটো এটা সুৱৰ্ণ সুযোগ।
Vacancy Details | পদৰ বিৱৰণ
| Name of Post (পদৰ নাম) | No. of Vacancy (পদৰ সংখ্যা) |
| Laboratory Assistant (লেবৰেটৰী এছিষ্টেণ্ট) | 24 |
| Assistant Librarian (সহকাৰী পুথিভঁৰালী) | 10 |
| Assistant Registrar (সহকাৰী পঞ্জীয়ক) | 09 |
| Deputy Registrar (উপ-পঞ্জীয়ক) | 07 |
| Statistical Assistant (পৰিসংখ্যা সহায়ক) | 05 |
| Library Assistant (পুথিভঁৰাল সহায়ক) | 04 |
| Assistant Engineer - Civil (সহকাৰী অভিযন্তা - চিভিল) | 03 |
| Assistant Engineer - Electrical (সহকাৰী অভিযন্তা - ইলেক্ট্ৰিকেল) | 02 |
| Senior Scientific Officers (various) | 02 |
| Junior Scientific Officers (various) | 03 |
| Senior Scientific Assistant | 01 |
| Deputy Engineer - Civil | 01 |
| Total Posts | 70 |
Important Information | গুৰুত্বপূৰ্ণ তথ্য
Eligibility (অৰ্হতা): As per NFSU norms (NFSU-ৰ নিয়মাৱলী অনুসৰি)।
Application Mode (আবেদনৰ মাধ্যম): Online only (কেৱল অনলাইনযোগে)।
Official Website (অফিচিয়েল ৱেবছাইট):
https://nfsunt.samarth.edu.in/
Read Also:- Assam Career : Indian Oil Corporation Limited (IOCL) Recruitment 2025
How to Apply | আবেদন কেনেকৈ কৰিব
Interested and eligible candidates can submit their applications through the official recruitment portal mentioned above. Ensure all documents are uploaded before the deadline.
আগ্রহী আৰু যোগ্য প্ৰাৰ্থীসকলে উপৰোক্ত চৰকাৰী পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পূৰ্বে সকলো নথিপত্ৰ সঠিকভাৱে পৰীক্ষা কৰি ল’ব।
Last Date for Submission: 18.01.2026 (11:59 PM)
আবেদনৰ অন্তিম তাৰিখ: ১৮ জানুৱাৰী, ২০২৬
Detailed Advertisement : Click Here
_11zon.webp)